- ১৮৪৪ - আনাটোল ফ্ৰাঁ, ফ্ৰান্সৰ কবি, ঔপন্যাসিক,নোবেল বঁটা বিজয়ী আৰু সাংবাদিক।
- ১৮৬৭ - উইলবাৰ ৰাইট, উৰাজাহাজৰ আৱিষ্কাৰক।
- ১৮৮৯ - চাৰ্লি চেপলিন, ইংৰাজী চলচ্চিত্ৰ অভিনেতা।
- ১৯২২ - কিংছলি এমিছ, ইংৰাজী ঔপন্যাসিক, নোবেল বঁটা বিজয়ী ।
- ১৯২৪ - ইঞ্জি আফ্লাটুন, ইজিপ্তৰ এগৰাকী চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী ।
- ১৯২৭ - পোপ ষোড়শ বেনেডিক্ট ।
- ১৯৩৪ - ৰাম নাইক, এজন ভাৰতীয় ৰাজনীতিবিদ । উত্তৰ প্ৰদেশৰ ১৯ তম ৰাজ্যপাল।
- ১৯৩৮ - তাৰক চন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যিক।
- ১৯৪৮ - জগমোহন কৌৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৭৮ - লাৰা দত্ত, ভাৰতীয় মডেল আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা ২০০০ চনৰ মিছ ইউনিভাৰ্চ।
- ১৯৭৩ - আলিয়াউনে দমালা বাদাৰা আকন থিয়াম (আকন), চেনেগালেছ-আমেৰিকান গায়ক, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু উদ্যোগী।
- ১৮২৮ - ফ্ৰান্সিছক' গয়া, স্পেইনৰ চিত্ৰশিল্পী।
- ১৯৫১ - অদ্বৈত মল্লবৰ্মন, এগৰাকী বিখ্যাত বাংলা সাহিত্যিক।
- ১৯৬১ - ৰণধীৰ সিং, এজন বিখ্যাত শিখ নেতা আৰু বিপ্লৱী। তেওঁ অস্পৃশ্যতাৰ বিৰোধী আৰু নাৰী অধিকাৰৰ সমৰ্থক আছিল ।
- ১৯৬৬ - নন্দলাল বসু, ভাৰতৰ এজন বিখ্যাত চিত্ৰশিল্পী। নন্দলাল বসুৱে সংবিধানৰ মূল প্ৰতিলিপি অলংৰকণ কৰিছিল। তেওঁৰ বিখ্যাত চিত্ৰকলাৰ ভিতৰত ‘ডাণ্ডী মাৰ্চ’, ‘সন্তালী কন্যা’, ‘সতী’ৰ শৰীৰ বলিদান’ ইত্যাদি। তেওঁ আছিল অবনীন্দ্ৰনাথ ঠাকুৰৰ বিশিষ্ট শিষ্য।
- ১৯৯৮ - বদন বৰুৱা, অসমীয়া সাংবাদিক।
- বিশ্ব কণ্ঠ দিৱস
- ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা সিদ্ধান্ত দিৱস (NHDD) - এই দিৱসৰ লক্ষ্য হৈছে আগতীয়া যত্ন পৰিকল্পনাৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু স্বাস্থ্যসেৱাৰ সিদ্ধান্ত আৰু জীৱনৰ শেষৰ যত্নৰ সন্দৰ্ভত মানুহক নিজৰ ইচ্ছা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা।
- মুক্তি দিৱস (ৱাশ্বিংটন, ডি.চি.) - ৱাশ্বিংটন ডি.চি.ত মুক্তি দিৱসত ১৮৬২ চনত ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে ক্ষতিপূৰণপ্ৰাপ্ত মুক্তি আইনত স্বাক্ষৰ কৰা দিনটোক স্মৰণ কৰা হয়, যিয়ে কলম্বিয়া জিলাত দাসত্বৰ অন্ত পেলায়।