close
সমললৈ যাওক

১৭ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০  

১৭ এপ্ৰিল (ইংৰাজী: 17 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৭তম (অধিবৰ্ষত ১০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৮টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৫৩ - কম্বোডিয়াই ফৰাচীসকলৰপৰা স্বাধীনতা লাভ কৰে।
  • ১৯৬১ - কিউবাত বে অৱ পিগছ অভিযান আৰম্ভ হৈছিল।
  • ১৯৬৪ - ফ’ৰ্ড মুষ্টেং (Ford Mustang) গাড়ী মুকলি কৰা হৈছিল।
  • ১৯৭০ - চন্দ্ৰ অভিযানৰ সময়ত এক জটিল বিফলতাৰ সন্মুখীন হৈ এপ’ল’ ১৩ মহাকাশযানখনে নিৰাপদে পৃথিৱীলৈ উভতি আহিছিল।
  • ১৯৮৩ - ভাৰতে এছ এল ভি-৩ ৰকেট উৎক্ষেপণ কৰে, যিটো মহাকাশ অন্বেষণৰ প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপ।
  • ২০০৮ – ভাৰত আৰু ব্ৰাজিলৰ মাজত চাৰিটা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]