close
সমললৈ যাওক

অষ্ট্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Austriaৰ পৰা পুনঃনিৰ্দেশিত)
অষ্ট্ৰিয়া গণৰাজ্য
Republik Österreich  (Script error: The function "name_from_code" does not exist.)
Flag of অষ্ট্ৰিয়া
Flag
Coat of arms of অষ্ট্ৰিয়া
Coat of arms
Anthem: 
 অষ্ট্ৰিয়াৰ অৱস্থান  (ডাঠ সেউজীয়া)– ইউৰোপৰ মেপত  (সেউজীয়া & ডাঠ ধূসৰ)– ইউৰোপীয় সংঘৰ মেপত  (সেউজীয়া)  —  [Legend]
 অষ্ট্ৰিয়াৰ অৱস্থান  (ডাঠ সেউজীয়া)

 ইউৰোপৰ মেপত  (সেউজীয়া & ডাঠ ধূসৰ)
 ইউৰোপীয় সংঘৰ মেপত  (সেউজীয়া)   [Legend]

ৰাজধানী
and largest city
ভিয়েনা
Official languagesজাৰ্মান [a]
Ethnic groups
(২০১২)
Demonymঅষ্ট্ৰিয়ান
Area
 Total
83,879 বৰ্গ কি.মি. (32,386 বৰ্গ মাইল) (115th)
 Water (%)
1.7
Population
 2015 estimate
8,602,112[2] (94th)
 Density
101.4 /কিমি (262.6 /বৰ্গ মাইল) (106th)
GDP (PPP)2015 estimate
 Total
$402.420 billion[3]
 Per capita
$47,031[3]
GDP (nominal)2015 estimate
 Total
$380.555 billion[3]
 Per capita
$44,475[3]
Gini (2011)26.3[4]
low inequality
HDI (2013)steady 0.881[5]
very high (21st)
CurrencyEuro ()[b] (EUR)
Time zoneUTC+01 (CET)
 Summer (DST)
UTC+02 (CEST)
Calling code+43
Internet TLD.at[c]
  1. ^ Croatian, Czech, Hungarian, Romani, Slovak, and Slovene are officially recognised by the European Charter for Regional or Minority Languages (ECRML).
  2. ^ Austrian schilling before 1999; Virtual Euro since 1 January 1999; Euro since 1 January 2002.
  3. ^ The .eu domain is also used, as it is shared with other European Union member states.

অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্‌ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।

অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপীয় ইউনিয়নৰ সদস্য হিচাপে আছে।

অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।


নামাকৰণ

[সম্পাদনা কৰক]

জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]