close
সমললৈ যাওক

ইউৰো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Euroৰ পৰা পুনঃনিৰ্দেশিত)
ইউৰো
২০১৫ চনৰ ইউৰো বেংকনোট
২০১৫ চনৰ ইউৰো বেংকনোট
ISO 4217 ক’ড EUR (num. 978)
কেন্দ্ৰীয় বেঙ্ক ইউৰোপিয়ান চেণ্ট্ৰেল বেংক
ৱেবছাইট [http://www.ecb.europa.eu www.ecb.europa.eu]
ব্যৱহাৰকাৰী
মুদ্ৰা চুক্তি (৯)
একপক্ষীয় ব্যৱহাৰকাৰী (৩)
মুদ্ৰাস্ফীতি -০.৬% (জানুৱাৰী ২০১৫)
উৎস জানুৱাৰী ২০১৪[1]
পদ্ধতি HICP
বিনিময় হাৰ
সংযুক্ত মুদ্ৰাসমূহ
  • Bosnia & Herz. convertible mark
  • বুলগেৰিয়ান লেভ
  • কেপ ভাৰ্ডিয়ান এচকিউদ’
  • মধ্য আফ্ৰিকান চি এফ এ ফ্ৰাঁ
  • চি এফ পি ফ্ৰাঁ
  • ক’মৰিয়ান ফ্ৰাঁ
  • দানিছ ক্ৰ’ন (±২.২৫%)
  • মৰক্কান ডিৰহাম
  • চাও টোম আৰু প্ৰিন্সিপি ডোবৰা
  • পশ্চিম অফ্ৰিকান চি এফ এ ফ্ৰাঁ
উপ একক
১⁄১০০ চেণ্ট
চিহ্ন
আন নাম একক মুদ্ৰা[2]
ধাতব মুদ্ৰা ১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২
কাগজী মুদ্ৰা €৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০
BERJAYA
BERJAYA
BERJAYA
BERJAYA

ইউৰো (চিহ্ন: ; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.[3][4] ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে।[5] ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।[6][7][8] ২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। [note 15] আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।[9]

১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[10] বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে।[11] ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮[12] গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়।[13] ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০[14]

টোকাসমূহ

[সম্পাদনা কৰক]
  1. তুৰ্কী লিৰা ব্যৱহাৰ কৰা উত্তৰ চাইপ্ৰাছৰ বাদে
  2. বৈদেশিক বিভাগসমূহক ধৰি
  3. চুইছ ফ্ৰাঁ ব্যৱহাৰ কৰা কেপিয়ন ডি ইটালিয়াৰ বাদে
  4. দেশখনৰ ইউৰোপিয়ান ইউনিয়নত অন্তৰ্ভুক্ত ভাগটোৱেহে ইউৰো ব্যৱহাৰ কৰে। কেৰিবিয়ান নেদাৰলেণ্ডে ২০১১ চনৰ পৰা আমেৰিকান ডলাৰ ব্যৱহাৰ কৰি আহিছে।
  5. "Monetary Agreement between the European Union and the Principality of Andorra". Official Journal of the European Union. 17 December 2011. http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2011:369:0001:0013:EN:PDF আহৰণ কৰা হৈছে: 2012-09-08.
  6. "By monetary agreement between France (acting for the EC) and Monaco". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:2002:142:0059:0073:EN:PDF আহৰণ কৰা হৈছে: 30 May 2010.
  7. "By monetary agreement between Italy (acting for the EC) and San Marino". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:209:0001:0004:EN:PDF আহৰণ কৰা হৈছে: 30 May 2010.
  8. "By monetary agreement between Italy (acting for the EC) and Vatican City". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:299:0001:0004:EN:PDF আহৰণ কৰা হৈছে: 30 May 2010.
  9. "By the third protocol to the Cyprus adhesion Treaty to EU and British local ordinance" (PDF). http://www.sba.mod.uk/SBA%20Legislation/Ord%202007/Euro%20Ordinance%202007.pdf আহৰণ কৰা হৈছে: 17 July 2011.
  10. "By agreement of the EU Council". http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:1999:030:0029:0030:EN:PDF আহৰণ কৰা হৈছে: 30 May 2010.
  11. "By UNMIK administration direction 1999/2". Unmikonline.org. http://www.unmikonline.org/regulations/admdirect/1999/089%20Final%20%20ADE%201999-02.htm আহৰণ কৰা হৈছে: 30 May 2010.
  12. See Montenegro and the euro
  13. "In Zimbabwe there are nine currencies, amongst others the euro and the US dollar". uselessk.com. Archived from the original on 15 January 2015. https://web.archive.org/web/20150115095927/http://uselessk.com/facts/in-zimbabwe-there-are-nine-official-currencies-amongst-others-the-euro-and-the-us-dollar আহৰণ কৰা হৈছে: 29 May 2014.
  14. "Currently, the South African rand, Botswana pula, pound sterling, euro, and the United States dollar are all in use". geocurrents.info. http://www.geocurrents.info/geonotes/and-the-currency-of-zimbabwe-is আহৰণ কৰা হৈছে: 29 May 2014.
  15. ২৬ এপ্ৰিল  ২০১৩ অনুসৰি:
    Total EUR currency (coins and banknotes) in circulation 771.5 (banknotes) + 21.032 (coins) =792.53 billion EUR * 1.48 (exchange rate) = 1,080 billion USD
    Total USD currency (coins and banknotes) in circulation 859 billion USD

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Eurozone inflation rate nears five-year low". BBC News. 29 August 2014. http://www.bbc.com/news/business-28982551 আহৰণ কৰা হৈছে: 29 August 2014.
  2. Official documents and legislation refer to the euro as "the single currency".
    "Council Regulation (EC) No 1103/97 of 17 June 1997 on certain provisions relating to the introduction of the euro". Official Journal L 162, 19 June 1997 P. 0001 – 0003. European Communities. 19 June 1997. http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=CELEX:31997R1103:EN:HTML আহৰণ কৰা হৈছে: 1 April 2009.
    This term is sometimes adopted by the media (Google hits for the phrase)
  3. Rosenberg, Matt (23 May 2010). "Euro Countries: 22 Countries use the Euro as their Official Currency". About.com. Archived from the original on 6 September 2015. https://web.archive.org/web/20150906121620/http://geography.about.com/od/lists/a/euro.htm আহৰণ কৰা হৈছে: 27 December 2010.
  4. "EU ministers back Estonia bid to join euro". BBC News. 8 June 2010. http://news.bbc.co.uk/2/hi/business/10264800.stm আহৰণ কৰা হৈছে: 19 July 2010.
  5. http://ec.europa.eu/economy_finance/euro/index_en.htm
  6. "Triennial Central Bank Survey 2007". BIS. 19 December 2007. http://www.bis.org/publ/rpfxf07t.pdf আহৰণ কৰা হৈছে: 25 July 2009.
  7. Aristovnik, Aleksander; Čeč, Tanja (30 March 2010). "Compositional Analysis of Foreign Currency Reserves in the 1999–2007 Period. The Euro vs. The Dollar As Leading Reserve Currency". Munich Personal RePEc Archive, Paper No. 14350. http://mpra.ub.uni-muenchen.de/14350/1/MPRA_paper_14350.pdf আহৰণ কৰা হৈছে: 27 December 2010.
  8. Boesler, Matthew (11 November 2013). "There Are Only Two Real Threats To The US Dollar's Status As The International Reserve Currency". Business Insider. http://www.businessinsider.com/dollar-as-international-reserve-currency-2013-11 আহৰণ কৰা হৈছে: 8 December 2013.
  9. "Report for Selected Country Groups and Subjects". Imf.org. 14 September 2006. http://www.imf.org/external/pubs/ft/weo/2008/02/weodata/weorept.aspx?sy=2008&ey=2008&scsm=1&ssd=1&sort=country&ds=.&br=1&c=163&s=PPPGDP&grp=1&a=1&pr.x=63&pr.y=7 আহৰণ কৰা হৈছে: 5 January 2009. "Report for Selected Countries and Subjects". Imf.org. 14 September 2006. http://www.imf.org/external/pubs/ft/weo/2008/02/weodata/weorept.aspx?sy=2008&ey=2008&scsm=1&ssd=1&sort=country&ds=.&br=1&c=111&s=PPPGDP&grp=0&a=&pr.x=42&pr.y=7 আহৰণ কৰা হৈছে: 5 January 2009. "Report for Selected Country Groups and Subjects". Imf.org. 14 September 2006. http://www.imf.org/external/pubs/ft/weo/2008/02/weodata/weorept.aspx?sy=2008&ey=2008&scsm=1&ssd=1&sort=country&ds=.&br=1&c=163&s=NGDPD&grp=1&a=1&pr.x=42&pr.y=3 আহৰণ কৰা হৈছে: 5 January 2009.
  10. "Madrid European Council (12/95): Conclusions". European Parliament. http://www.europarl.europa.eu/summits/mad1_en.htm আহৰণ কৰা হৈছে: 14 February 2009.
  11. "Initial changeover (2002)". European Central Bank. http://www.ecb.int/euro/changeover/2002/html/index.en.html আহৰণ কৰা হৈছে: 5 March 2011.
  12. "Exchange Rate Average (US Dollar, Euro) – X-Rates". X-rates.com. Archived from the original on 2012-07-12. https://web.archive.org/web/20120712055755/http://www.x-rates.com/d/USD/EUR/hist2012.html আহৰণ কৰা হৈছে: 2013-03-12.
  13. "Global markets tumble on Spain, Italy worries". 31 May 2012. http://economictimes.indiatimes.com/markets/global-markets/global-markets-tumble-on-spain-italy-worries/articleshow/13679369.cms. [সংযোগবিহীন উৎস]
  14. "USD/EUR exchange". The Money Converter. http://themoneyconverter.com/USD/EUR.aspx আহৰণ কৰা হৈছে: 1 January 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]