close
সমললৈ যাওক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ নামৰ লগতে প্ৰত্যেকখন ৰাজ্যৰে প্ৰাথমিক তথ্যসমূহ দিয়া হৈছে:

  1. ৰাজ্যখনৰ নাম
  2. নামৰ উচ্চাৰণ আন্তৰাষ্ট্ৰীয় ধ্বনি বৰ্ণমালা (International Phonetic Alphabet, IPA) অনুসৰি দিয়া হৈছে (সহায়ৰ বাবে ইয়াত ক্লিক কৰক)
  3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক সেৱা (United States Postal Service, USPS) অনুসৰি ৰাজ্যসমূহৰ দুটা আখৰৰ সংক্ষিপ্তকৰণ[1]
    (এই সংক্ষিপ্তকৰণ আন্তৰ্জাতিক মান সংস্থা (ISO)-ৰ Standard 3166-2 দেশৰ উপবিভাগৰ কোডতো ব্যৱহাৰ কৰা হয়)
  4. ৰাজ্যখনৰ আধিকাৰিক পতাকাৰ ছবি
  5. ৰাজ্যখনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদানৰ তাৰিখ
  6. মুঠ মাটিকালি (স্থলভাগ+জলভাগ); বৰ্গ মাইল আৰু বৰ্গ কিলোমিটাৰ, এই দুয়োটা এককতে দিয়া হৈছে
  7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনগণনা সংস্থাই প্ৰকাশ কৰা ২০১১ চনৰ ১ জুলাইত ৰাজ্যখনৰ অনুমানিক জনসংখ্যা[2]
  8. ৰাজ্যখনৰ ৰাজধানী
  9. ৰাজ্যখনৰ আটাইটকৈ জনবসতীপূৰ্ণ ঠাই (১ জুলাই ২০০৮ চনৰ তথ্য অনুসৰি)[3]
  10. যুক্তৰাষ্ট্ৰত যোগদানৰ পূৰ্বে ৰাজ্যখনৰ স্থিতি
  11. ৰাজ্যখনৰ মুঠ আভ্যন্তৰীণ উৎপাদন (Gross Domestic Product, GDP), ২০১০ ৰ তথ্য মতে মিলিয়ন আমেৰিকান ডলাৰত


আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্য
নাম IPA USPS পতাকা যোগদান মাটিকালি জনসংখ্যা (২০১১) ৰাজধানী জনবহুল নগৰ পূৰ্বৰ স্থিতি GDP

(মিলিয়ন $)

আলাবামা /ˌæləˈbæmə/ AL BERJAYA ১৪ ডিচেম্বৰ, ১৮১৯ ৫২,৪১৯ বৰ্গ মাইল
(১৩৫,৭৬৫ বৰ্গ কিমি)
৪,৮০২,৭৪০ মন্টগামৰি বাৰ্মিংহাম আলাবামা টেৰিটৰি ১৭৪,৪০০
আলাস্কা /əˈlæskə/ AK BERJAYA ৩ জানুৱাৰী, ১৯৫৯ ৬৬৩,২৬৭ বৰ্গ মাইল
(১,৭১৭,৮৫৪ বৰ্গ কিমি)
৭২২,৭১৮ জুনো এঙ্কৰেজ আলাস্কা টেৰিটৰি ৪৫,৬০০
আৰিজোনা /ˌærɪˈzoʊnə/ AZ BERJAYA ১৪ ফেব্ৰুৱাৰী, ১৯১২ ১১৩,৯৯৮ বৰ্গ মাইল
(২৯৫,২৫৪ বৰ্গ কিমি)
৬,৪৮২,৫০৫ ফিনিক্স ফিনিক্স আৰিজোনা টেৰিটৰি ২৬১,৩০০
আৰকেনচাচ /ˈɑrkənsɔː/ AR BERJAYA ১৫ জুন, ১৮৩৬ ৫২,৮৯৭ বৰ্গ মাইল
(১৩৭,০০২ বৰ্গ কিমি)
২,৯৩৭,৯৭৯ লিটল ৰক লিটল ৰক আৰকেনচাচ টেৰিটৰি ১০৫,৮০০
কেলিফৰ্ণিয়া /ˌkælɪˈfɔrnjə/ CA BERJAYA ৯ চেপ্টেম্বৰ, ১৮৫০ ১৬৩,৭০০ বৰ্গ মাইল
(৪২৩,৯৭০ বৰ্গ কিমি)
৩৭,৬৯১,৯১২ চেক্ৰামেন্টো লচ এঞ্জেলচ মেক্সিকান চিচিয়নৰ পোনপটিয়াকৈ অন্তৰভূক্ত ১,৯৩৬,৪০০
কল’ৰাডো /ˌkɒləˈrædoʊ/ CO BERJAYA ১ আগষ্ট, ১৮৭৬ ১০৪,১৮৫ বৰ্গ মাইল
(২৬৯,৮৩৭ বৰ্গ কিমি)
৫,১১৬,৭৯৬ ডেনভাৰ ডেনভাৰ কল’ৰাডো টেৰিটৰি ২৫৯,৭০০
কানেকটিকাট /kəˈnɛtɪkət/ CT BERJAYA ৯ জানুৱাৰী, ১৭৮৮ ৫,৫৪৩ বৰ্গ মাইল
(১৪,৩৫৬ বৰ্গ কিমি)
৩,৫৮০,৭০৯ হাৰ্টফৰ্ট ব্ৰিডজপৰ্ট[4] কানেকটিকাট কলনি, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ২৩৩,৪০০
ডেলাৱেৰ /ˈdɛləwɛər/ DE BERJAYA ৭ ডিচেম্বৰ, ১৭৮৭ ২,৪৯১ বৰ্গ মাইল
(৬,৪৫২ বৰ্গ কিমি)
৯০৭,১৩৫ ডোভাৰ উইলমিংটন লৱাৰ কাউণ্টিচ অন ডেলাৱেৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৬২,৭০০
ফ্লৰিডা /ˈflɒrɪdə/ FL BERJAYA ৩ মাৰ্চ, ১৮৪৫ ৬৫,৭৫৫ বৰ্গ মাইল
(১৭০,৩০৪ বৰ্গ কিমি)
১৯,০৫৭,৫৪২ টেলাহাচি জেকচনভিল[5] ফ্লৰিডা টেৰিটৰি ৭৫৪,০০০
জৰ্জিয়া /ˈdʒɔrdʒə/ GA BERJAYA ২ জানুৱাৰী, ১৭৮৮ ৫৯,৪২৫ বৰ্গ মাইল
(১৫৩,৯০৯ বৰ্গ কিমি)
৯,৮১৫,২১০ আটলান্টা আটলান্টা প্ৰভিঞ্চ অব জৰ্জিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৪০৪,৬০০
হাৱাই /həˈwaɪ.iː/ HI BERJAYA ২১ আগষ্ট, ১৯৫৯ ১০,৯৩১ বৰ্গ মাইল
(২৮,৩১১ বৰ্গ কিমি)
১,৩৭৪,৮১০ হনলুলু হনলুলু কিংডম অব হাৱাই, তাৰ পাছত আমেৰিকাৰ টেৰিটৰি অব হাৱাই ৬৮,৯০০
আইডাহো /ˈaɪdəhoʊ/ ID BERJAYA ৩ জুলাই, ১৮৯০ ৮৩,৬৪২ বৰ্গ মাইল
(২১৬,৬৩২ বৰ্গ কিমি)
১,৫৮৪,৯৮৫ বইচ বইচ আইডাহো টেৰিটৰি ৫৪,৮০০
ইলিনয়চ /ɪlɪˈnɔɪ/ IL BERJAYA ৩ ডিচেম্বৰ, ১৮১৮ ৫৪,৮২৬ বৰ্গ মাইল
(১৪১,৯৯৮ বৰ্গ কিমি)
১২,৮৬৯,২৫৭ স্প্ৰিংফিল্ড চিকাগো ইলিনয়চ টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত ৬৪৪,২০০
ইণ্ডিয়ানা /ˌɪndiˈænə/ IN BERJAYA ১১ ডিচেম্বৰ, ১৮১৬ ৩৬,৪১৮ বৰ্গ মাইল
(৯৪,৩২১ বৰ্গ কিমি)
৬,৫১৬,৯২২ ইণ্ডিয়ানাপলিচ ইণ্ডিয়ানাপলিচ ইণ্ডিয়ানা টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত ২৬৭,৬০০
আইৱা /ˈaɪ.ɵwə/ IA BERJAYA ২৮ ডিচেম্বৰ, ১৮৪৬ ৫৬,২৭২ বৰ্গ মাইল
(১৪৫,৭৪৩ বৰ্গ কিমি)
৩,০৬২,৩০৯ ডেচ মইনেচ ডেচ মইনেচ আইৱা টেৰিটৰি ১৪৭,২০০
কেনচাচ /ˈkænzəs/ KS BERJAYA ২৯ জানুৱাৰী, ১৮৬১ ৮২,২৭৭ বৰ্গ মাইল
(২১৩,০৯৬ বৰ্গ কিমি)
২,৮৭১,২৩৮ টপেকা উইচিটা কেনচাচ টেৰিটৰি ১২৮,৫০০
কেন্টাকি[6] /kɪnˈtʌki/ KY BERJAYA ১ জুন, ১৭৯২ ৪০,৪০৯ বৰ্গ মাইল
(১০৪,৬৫৯ বৰ্গ কিমি)
৪,৩৬৯,৩৫৬ ফ্ৰেঙ্কফৰ্ট লুইচভিল ভাৰ্জিনিয়াৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ পূৰ্বে আছিল বৃহত্তৰ কেন্টাকি কাউণ্টি) ১৬১,৪০০
লুইচিয়ানা /luːˌiːziˈænə/ LA BERJAYA ৩০ এপ্ৰিল, ১৮১২ ৫২,২৭১ বৰ্গ মাইল
(১৩৫,৩৮২ বৰ্গ কিমি)
৪,৫৭৪,৮৩৬ বেটন ৰোগ নিউ অৰলেনচ টেৰিটৰি অব অৰলেনচ ২১৩,৬০০
মেইন /ˈmeɪn/ ME BERJAYA ১৫ মাৰ্চ, ১৮২০ ৩৫,৩৮৫ বৰ্গ মাইল
(৯১,৬৪৬ বৰ্গ কিমি)
১,৩২৮,১৮৮ আগষ্টা পৰ্টলেণ্ড মাচাছুছিটাচৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ আগতে মেইন এখন জিলা আছিল) ৫৩,২০০
মেৰিলেণ্ড /ˈmɛrələnd/ MD BERJAYA ২৮ এপ্ৰিল, ১৭৮৮ ১২,৪০৭ বৰ্গ মাইল
(৩২,১৩৩ বৰ্গ কিমি)
৫,৮২৮,২৮৯ এনাপলিচ বাল্টিমোৰ[7] প্ৰভিঞ্চ অব মেৰিলেণ্ড, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৩০০,০০০
মাচাছুছিটাচ[6] /ˌmæsəˈtʃuːsɪts/ MA BERJAYA ৬ ফেব্ৰুৱাৰী, ১৭৮৮ ১০,৫৫৪ বৰ্গ মাইল
(২৭,৩৩৬ বৰ্গ কিমি)
৬,৫৮৭,৫৩৬ বষ্টন বষ্টন প্ৰভিঞ্চ অব মাচাছুছিটাচ বে, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৩৭৭,৭০০
মিছিগান /ˈmɪʃɪɡən/ MI BERJAYA ২৬ জানুৱাৰী, ১৮৩৭ ৯৭,৯৯০ বৰ্গ মাইল
(২৫৩,৭৯৩ বৰ্গ কিমি)
৯,৮৭৬,১৮৭ লেনচিং ডিট্ৰইট মিছিগান টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত ৩৭২,৪০০
মিনিচোটা /ˌmɪnɪˈsoʊtə/ MN BERJAYA ১১ মে, ১৮৫৮ ৮৬,৯৪৩ বৰ্গ মাইল
(২২৫,১৮১ বৰ্গ কিমি)
৫,৩৪৪,৮৬১ চেইন্ট পল মিনিয়াপলিচ মিনিচোটা টেৰিটৰি ২৬৭,১০০
মিছিছিপি /ˌmɪsɪˈsɪpi/ MS BERJAYA ১০ ডিচেম্বৰ, ১৮১৭ ৪৮,৪৩৪ বৰ্গ মাইল
(১২৫,৪৪৩ বৰ্গ কিমি)
২,৯৭৮,৫১২ জেকচন জেকচন মিছিছিপি টেৰিটৰি, জৰ্জিয়াই আমেৰিকাক দান দিয়া মাটিত প্ৰতিষ্ঠিত ৯৮,৯০০
মিচৌৰি /mɪˈzʊəri, mɪˈzʊərə/ MO BERJAYA ১০ আগষ্ট, ১৮২১ ৬৯,৭০৪ বৰ্গ মাইল
(১৮০,৫৩৩ বৰ্গ কিমি)
৬,০১০,৬৮৮ জেফাৰচন চিটি কেনচাচ চিটি[8] মিচৌৰি টেৰিটৰি ২৪৬,৭০০
মন্টানা /mɒnˈtænə/ MT BERJAYA ৮ নবেম্বৰ, ১৮৮৯ ১৪৭,১৬৫ বৰ্গ মাইল
(৩৮১,১৫৬ বৰ্গ কিমি)
৯৯৮,১৯৯ হেলেনা বিলিংগচ মন্টানা টেৰিটৰি ৩৭,২০০
নাব্ৰাস্কা /nəˈbræskə/ NE BERJAYA ১ মাৰ্চ, ১৮৬৭ ৭৭,৪২০ বৰ্গ মাইল
(২০০,৫২০ বৰ্গ কিমি)
১,৮৪২,৬৪১ লিংকন অ’মাহা নাব্ৰাস্কা টেৰিটৰি ৮৯,৬০০
নেভাডা /nəˈvædə/ NV BERJAYA ৩১ অক্টোবৰ, ১৮৬৪ ১১০,৫৬৭ বৰ্গ মাইল
(২৮৬,৩৬৭ বৰ্গ কিমি)
২,৭২৩,৩২২ কাৰ্লচন চিটি লাচ ভেগাচ নেভাডা টেৰিটৰি ১২৭,৫০০
নিউ হেম্পশায়াৰ /nuː ˈhæmpʃər/ NH BERJAYA ২১ জুন, ১৭৮৮ ৯,৩৫০ বৰ্গ মাইল
(২৪,২১৭ বৰ্গ কিমি)
১,৩১৮,১৯৪ কনকৰ্ড মানচেষ্টাৰ[9] প্ৰভিঞ্চ অব নিউ হেম্পশায়াৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৬১,৬০০
নিউজাৰ্চী /nuː ˈdʒɜrzi/ NJ BERJAYA ১৮ ডিচেম্বৰ, ১৭৮৭ ৮,৭২৯ বৰ্গ মাইল
(২২,৬০৮ বৰ্গ কিমি)
৮,৮২১,১৫৫ ট্ৰেণ্টন নেৱাৰ্ক[10] প্ৰভিঞ্চ অব নিউজাৰ্চী, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৪৯৭,০০০
নিউ মেক্সিকো /nuː ˈmɛksɪkoʊ/ NM BERJAYA ৬ জানুৱাৰী, ১৯১২ ১২১,৬৯৭ বৰ্গ মাইল
(৩১৫,১৯৪ বৰ্গ কিমি)
২,০৮২,২২৪ চান্টা ফে আলবাকাৰ্কি নিউ মেক্সিকো টেৰিটৰি ৭৫,০০০
নিউয়ৰ্ক /nuː ˈjɔrk/ NY BERJAYA ২৬ জুলাই ১৭৮৮ ৫৪,৫৫৬ বৰ্গ মাইল
(১৪১,২৯৯ বৰ্গ কিমি)
১৯,৪৬৫,১৯৭ এলবানি নিউয়ৰ্ক নগৰ[11] প্ৰভিঞ্চ অব নিউয়ৰ্ক, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ১,১৫৬,৫০০
নৰ্থ কেৰলাইনা /ˌnɔrθ kærəˈlaɪnə/ NC BERJAYA ২১ নবেম্বৰ, ১৭৮৯ ৫৩,৮৬৫ বৰ্গ মাইল
(১৩৯,৫০৯ বৰ্গ কিমি)
৯,৬৫৬,৪০১ ৰিলেইঘ চাৰ্লট প্ৰভিঞ্চ অব নৰ্থ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৪০৭,৪০০
নৰ্থ ডকোটা /ˌnɔrθ dəˈkoʊtə/ ND BERJAYA ২ নবেম্বৰ, ১৮৮৯ ৭০,৭৬২ বৰ্গ মাইল
(১৮৩,২৭২ বৰ্গ কিমি)
৬৮৩,৯৩২ বিচমাৰ্ক ফাৰ্গো ডাকোটা টেৰিটৰি ৩৩,৪০০
অ’হাঅ’ /oʊˈhaɪ.oʊ/ OH BERJAYA ১ মাৰ্চ, ১৮০৩ ৪৪,৮২৫ বৰ্গ মাইল
(১১৬,০৯৬ বৰ্গ কিমি)
১১,৫৪৪,৯৫১ কলম্বাচ কলম্বাচ[12] নৰ্থৱেষ্ট টেৰিটৰি; পেনছিলভেনিয়া, ভাৰ্জিনিয়া আৰু নিউয়ৰ্কে আমেৰিকালৈ কৰা মাটি দান ৪৮৩,৪০০
অকল’হামা /ˌoʊkləˈhoʊmə/ OK BERJAYA ১৬ নবেম্বৰ, ১৯০৭ ৬৯,৯৬০ বৰ্গ মাইল
(১৮১,১৯৫ বৰ্গ কিমি)
৩,৭৯১,৫০৮ অকল’হামা চিটি অকল’হামা চিটি অকল’হামা টেৰিটৰি আৰু ইণ্ডিয়ান টেৰিটৰি ১৬০,৫০০
অৰেগন /ˈɒrɪɡən/ OR BERJAYA ১৪ ফেব্ৰুৱাৰী, ১৮৫৯ ৯৮,৪৬৬ বৰ্গ মাইল
(২৫৫,০২৬ বৰ্গ কিমি)
৩,৮৭১,৮৫৯ চালেম পৰ্টলেণ্ড অৰেগন টেৰিটৰি ১৬৮,৯০০
পেনছিলভেনিয়া[6] /ˌpɛnsɪlˈveɪnjə/ PA BERJAYA ১২ ডিচেম্বৰ, ১৭৮৭ ৪৬,০৫৫ বৰ্গ মাইল
(১১৯,২৮৩ বৰ্গ কিমি)
১২,৭৪২,৮৮৬ হেৰিচবাৰ্গ ফিলাডেলফিয়া প্ৰভিঞ্চ অব পেনছিলভেনিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য ৫৭৫,৬০০
ৰড আইলেণ্ড[13] /rɵd ˈaɪlənd/ RI BERJAYA ১৯ মে, ১৭৯০ ১,২১০ বৰ্গ মাইল
(৩,১৪০ বৰ্গ কিমি)
১,০৫১,৩০২ প্ৰভিডেঞ্চ প্ৰভিডেঞ্চ কলনি অব ৰড আইলেণ্ড আৰু প্ৰভিডেঞ্চ প্লেন্টেচনচ্, তাৰ পাছত সাৰ্বভৌম ৰাজ্য ৪৯,৫০০
চাউথ কেৰলাইনা /ˌsaʊθ kærəˈlaɪnə/ SC BERJAYA ২৩ মে, ১৭৮৮ ৩২,০২০ বৰ্গ মাইল
(৮২,৯৩১ বৰ্গ কিমি)
৪,৬৭৯,২৩০ কলম্বিয়া কলম্বিয়া[14] প্ৰভিঞ্চ অব চাউথ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য ১৬৪,৩০০
চাউথ ডাকোটা /ˌsaʊθ dəˈkoʊtə/ SD BERJAYA ২ নবেম্বৰ, ১৮৮৯ ৭৭,১৮৪ বৰ্গ মাইল
(১৯৯,৯০৫ বৰ্গ কিমি)
৮২৪,০৮২ পিয়েৰ চিওক্স ফলচ্ ডাকোটা টেৰিটৰি ৩৯,৯০০
টেনেচি /ˌtɛnɪˈsiː/ TN BERJAYA ১ জুন, ১৭৯৬ ৪২,১৮১ বৰ্গ মাইল
(১০৯,২৪৭ বৰ্গ কিমি)
৬,৪০৩,৩৫৩ নেচভিল মেমফিচ[15] নৰ্থ কেৰলাইনাই আমেৰিকালৈ দান কৰা মাটিত প্ৰতিষ্ঠিত ২৫০,৩০০
টেক্সাচ /ˈtɛksəs/ TX BERJAYA ২৯ ডিচেম্বৰ, ১৮৪৫ ২৬৮,৮২০ বৰ্গ মাইল
(৬৯৬,২৪১ বৰ্গ কিমি)
২৫,৬৭৪,৬৮১ অষ্টিন হিউষ্টন[16] ৰিপাব্লিক অব টেক্সাচ ১,২০৭,৪৩২
ইউটাহ /ˈjuːtɑː/ UT BERJAYA ৪ জানুৱাৰী, ১৮৯৬ ৮৪,৮৯৯ বৰ্গ মাইল
(২১৯,৮৮৭ বৰ্গ কিমি)
২,৮১৭,২২২ চল্ট লেক চিটি চল্ট লেক চিটি ইউটাহ টেৰিটৰি ১১৬,৯০০
ভাৰমন্ট /vərˈmɒnt/ VT BERJAYA ৪ মাৰ্চ, ১৭৯১ ৯,৬২৩ বৰ্গ মাইল
(২৪,৯২৩ বৰ্গ কিমি)
৬২৬,৪৩১ মণ্টপেলিয়াৰ বাৰ্লিংটন প্ৰভিঞ্চ অব নিউয়ৰ্ক আৰু নিউ হেম্পশায়াৰ গ্ৰাণ্টচ্ (অধিনত্ব বিবদমান); ভাৰমন্ট ৰিপাব্লিক ২৬,৪০০
ভাৰ্জিনিয়া[6] /vərˈdʒɪnjə/ VA BERJAYA ২৫ জুন, ১৭৮৮ ৪২,৭৭৪ বৰ্গ মাইল
(১১০,৭৮৫ বৰ্গ কিমি)
৮,০৯৬,৬০৪ ৰিচমণ্ড ভাৰ্জিনিয়া বিচ্চ[17] কলনি অব ভাৰ্জিনিয়া, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য ৪২৭,৭০০
ৱাছিংটন /ˈwɒʃɪŋtən/ WA BERJAYA ১১ নবেম্বৰ, ১৮৮৯ ৭১,৩৬২ বৰ্গ মাইল
(১৮৪,৮২৭ বৰ্গ কিমি)
৬,৮৩০,০৩৮ অলিম্পিয়া ছিয়াটল ৱাছিংটন টেৰিটৰি ৩৫১,১০০
ৱেষ্ট ভাৰ্জিনিয়া /ˌwɛst vərˈdʒɪnjə/ WV BERJAYA ২০ জুন, ১৮৬৩ ২৪,২৩০ বৰ্গ মাইল
(৬২,৭৫৫ বৰ্গ কিমি)
১,৮৫৫,৩৬৪ চাৰ্লচষ্টন চাৰ্লচষ্টন ভাৰ্জিনিয়াৰ পৰা অনুমতি অবিহনে পৃথক হয় ৬৬,৬০০
উইচকনচিন /wɪsˈkɒnsɪn/ WI BERJAYA ২৯ মে, ১৮৪৮ ৬৫,৪৯৮ বৰ্গ মাইল
(১৬৯,৬৩৯ বৰ্গ কিমি)
৫,৭১১,৭৬৭ মেডিচন মিলৱাকি উইচকনচিন টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত ২৫১,৪০০
ৱায়মিং /waɪˈoʊmɪŋ/ WY BERJAYA ১০ জুলাই, ১৮৯০ ৯৮,৮১৮ বৰ্গ মাইল
(২৫৩,৩৪৮ বৰ্গ কিমি)
৫৬৮,১৫৮ চেয়ান চেয়ান ৱায়মিং টেৰিটৰি ৩৮,২০০
BERJAYAজৰ্জিয়া
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যক প্ৰদৰ্শন কৰা মেপ, আপুনি চাব বিচৰা ঠাইখনত মাউচেৰে ক্লিক কৰক


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Official USPS Abbreviations". United States Postal Service. 1998. http://www.usps.com/ncsc/lookups/abbreviations.html আহৰণ কৰা হৈছে: 2007-02-26.
  2. "Annual Estimates of the Resident Population for the United States, Regions, States, and Puerto Rico: April 1, 2010 to July 1, 2011" (CSV). 2011 Population Estimates. United States Census Bureau, Population Division. December 2011. http://www.census.gov/popest/data/state/totals/2011/tables/NST-EST2011-01.csv আহৰণ কৰা হৈছে: December 21, 2011.
  3. "Resident Population Estimates of Incorporated Places Only: April 1, 2000 to July 1, 2008" (CSV). 2008 Population Estimates. United States Census Bureau, Population Division. 2009-7-1. http://www.census.gov/popest/cities/files/SUB-EST2008-IP.csv আহৰণ কৰা হৈছে: 2009-10-1.}}
  4. The Hartford-West Hartford-Willimantic Combined Statistical Area is the most populous metropolitan area in Connecticut.
  5. The Miami-Fort Lauderdale-Miami Beach Metropolitan Statistical Area is the most populous metropolitan area in Florida.
  6. 1 2 3 4 Officially called a 'Commonwealth'.
  7. Baltimore City and the 12 Maryland counties of the Washington-Baltimore-Northern Virginia Combined Statistical Area form the most populous metropolitan region in Maryland.
  8. The City of Saint Louis and the 8 Missouri counties of the St. Louis-St. Charles-Farmington Combined Statistical Area form the most populous metropolitan region in Missouri.
  9. The 5 southeastern New Hampshire counties of the Boston-Worcester-Manchester Combined Statistical Area form the most populous metropolitan region in New Hampshire.
  10. The 13 northern New Jersey counties of the New York-Newark-Bridgeport Combined Statistical Area form the most populous metropolitan region in New Jersey.
  11. নিউয়ৰ্ক নগৰ হৈছে আমেৰিকা যুক্তৰাষ্টৰ আটাইটকৈ বেছি জনবসতীপূৰ্ণ নগৰ।
  12. The Cleveland-Akron-Elyria Combined Statistical Area is the most populous metropolitan area in Ohio.
  13. সম্পূৰ্ণ নাম ষ্টেট অব ৰড আইলেণ্ড আৰু প্ৰভিডেঞ্চ প্লেন্টেচনচ্
  14. The Greenville-Spartanburg-Anderson Combined Statistical Area is the most populous metropolitan area in South Carolina.
  15. The Nashville-Davidson-Murfreesboro-Columbia Combined Statistical Area is the most populous metropolitan area in Tennessee.
  16. The Dallas-Fort Worth Combined Statistical Area is the most populous metropolitan area in Texas.
  17. The 10 Virginia counties and 6 Virginia cities of the Washington-Baltimore-Northern Virginia Combined Statistical Area form the most populous metropolitan region in Virginia.

বহিঃসংযোগ

[সম্পাদনা কৰক]