বেটুপাত
অৱয়ব
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,৮৩৪ টা লেখা আৰু ৮৫৪ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
ওমৰ তীৰ্থ যতীন্দ্ৰনাথ দুৱৰা ৰচিত এখন কাব্যগ্ৰন্থ। এইখন ফাৰ্চী চুফী কবি ওমৰ খয়ামৰ 'ৰুবায়াত'ৰ ভাৱানুবাদ। পাৰ্চী সাহিত্যৰ কাব্যিক বিকাশৰ ক্ষেত্ৰত ওমৰ খয়াম এক উল্লেখযোগ্য নাম। তেওঁ 'ৰুবাই' নামেৰে চাৰিশৰীয়া এক শ্ৰেণীৰ কবিতা ৰচনা কৰিছিল। এই ৰুবাই সমূহক একত্ৰে 'ৰুবায়াত' বোলা হয়। ৰুবাইসমূহ এডৱাৰ্ড ফিটজেৰাল্ডে ইংৰাজী ভাষালৈ তৰ্জমা কৰি ১৮৫৯ চনত প্ৰথমবাৰৰ বাবে গ্ৰন্থাকাৰে প্ৰকাশ কৰিছিল।

ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা
জীৱন মদিৰা ভৰাই দিয়া
অতীত ভবিষ্য শোক দুখ ভয়
আজিৰ ভাবনা উটাই নিয়া।
আজিয়েই দিয়া কালিলৈ কিয়
কোনে জানে মোৰ কালি কি হ'ব?
হাজাৰ হাজাৰ বছৰ বিয়পা
হয়তো অতীতে সামৰি থ'ব।
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- আসাম বুৰঞ্জী (গুণাভিৰাম বৰুৱা) - সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৮১০টা
- সমস্যাজৰ্জৰ = ২৬০টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২১,৬৯০টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ২৭২টা
- বৈধকৰণ হৈছে = ১,২৩০টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৫,২৬২টা
নতুন লেখাসমূহ
কোঁৱৰ বিদ্ৰোহ (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
ওমৰ তীৰ্থ (লেখক:যতীন্দ্ৰনাথ দুৱৰা)
দুৰ্গাবৰি গীতি ৰামায়ণ (লেখক:দুৰ্গাবৰ)
ত্ৰিপুৰা বুৰঞ্জী (ৰত্ন কন্দলী শৰ্ম্মা আৰু অৰ্জ্জুনদাস বৈৰাগী)
নাৰদ চৰিত্ৰ (লেখক:পদ্মনাথ অধিকাৰী)
সাহিত্য - ষষ্ঠ ভাগ (লেখক:সন্মিলিত)
গল্প-লহৰি (লেখক:কাশী নাথ বৰ্ম্মণ)
মাধমাৰ (লেখক:প্ৰেমনাৰায়ণ দত্ত)
কবিতা-পুথি (আগ-ছোৱা) (লেখক:মোহম্মদ সোলাইমান খাঁ)
গীতা-বোধ (লেখক:মোহনদাস কৰমচাঁদ গান্ধী)
সুৰভি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
সাধু-কথাৰ কুকি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
ঘুনুচা-কীৰ্ত্তন (লেখক:শ্ৰীধৰ কন্দলি)
চৰ্দ্দাৰ পেটেল (লেখক:ধৰ্ম্মদাস চৌধাৰী)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |
