বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৪,১৫০ টা লেখা আৰু ৮৬১ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
সেউজী পাতৰ কাহিনী আধুনিক অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ঔপন্যাসিক, বিশিষ্ট পণ্ডিত আৰু লোক-সংস্কৃতিৰ সাধক ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত এখন যুগান্তকাৰী সামাজিক উপন্যাস। লেখকে এই উপন্যাসখন ‘ৰাস্না বৰুৱা’ ছদ্মনামেৰে ৰচনা কৰিছিল আৰু ই ১৯৫৯ চনত প্ৰথম প্ৰকাশ পাইছিল। স্বাধীনতাৰ পূৰ্বৱৰ্তী অসমৰ চাহ বাগিচাৰ পটভূমিত ৰচিত এই উপন্যাসখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ।

তিৰোতাৰ দৰে ব্যৱহাৰ কৰিব লাগে, নহলে নামাঞ্জুৰ। তিৰোতাক দেবী-গোসানীৰ দৰে পূজা কৰিবলৈ গৈছিলি কিয়? তিৰোতাই পূজা নিবিচাৰে—বিচাৰে প্ৰেম, পুৰুষত্ব। ৰামায়ণ পঢ়া নাই? ৰামে সীতাক কেনেকৈ উদ্ধাৰ কৰিছিল, কেনেকৈ নিৰ্দ্দয়ভাৱে বিসর্জ্জন দিছিল—তথাপি সীতাই পাতাল প্রবেশৰ আগে আগে মিনতি জনাই গ’ল—জন্মে জন্মে পাওঁ যেন ৰামকেহে পতি।” মূৰত হাতখন ওৰণীৰ দৰে দি ভাওনাৰ ভঙ্গীত কলে।
এই মাহৰ সহযোগিতামূলক কাম
- সাহিত্য-বিচাৰ (সত্যনাথ বৰা) - সংশোধন বাকী আছে
- কুলাংগাৰ - (পংকজ জ্যোতি মহন্ত) - সংশোধন বাকী আছে
- ৰহদৈ লিগিৰী - (ৰজনীকান্ত বৰদলৈ) - সংশোধন বাকী আছে
- দিল্লী দায়েৰী - (মহাত্মা গান্ধী) - সংশোধন বাকী আছে
- কথা কৱিতা - (যতীন্দ্ৰনাথ দুৱৰা) - সংশোধন বাকী আছে
- সদৰামীনৰ আত্মজীৱনী)- সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,৮৫০টা
- সমস্যাজৰ্জৰ = ২৬১টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ২২,৩৯৫টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ২৬৯টা
- বৈধকৰণ হৈছে = ১,২২৯টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ২৬,০০৪টা
নতুন লেখাসমূহ
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |
