close
Irez a kontenajo

Helpo:অসমীয়া (Assamese)

De Wikipedio

ইদো ৱিকিপিডিয়ালৈ আপোনালোকক স্বাগতম জনোৱা হৈছে। যদি আপুনি এই ভাষাটো শিকি আছে, তেন্তে আপুনিও ইয়াত প্ৰবন্ধ লিখিব পাৰে। ভুল হোৱাক লৈ অধিক চিন্তা নকৰিব—যদি ইয়াত কোনোৱে ভুল কৰে, আন কোনোৱে পাছত সেইটো শুদ্ধ কৰিব পাৰে। যদি আপুনি ভাবে যে কিবা প্ৰবন্ধ শুদ্ধ কৰাৰ প্ৰয়োজন আছে, তেন্তে আপুনি তাত {{revizo}} টেগটো লগাব পাৰে। আপুনি ইদো ভাষাৰ মুখ্য ৱেবছাইট পৰিদৰ্শন কৰিব পাৰে, অথবা ইদো ভাষা সম্পৰ্কে ইংৰাজী ৱিকিপিডিয়াত পঢ়িব পাৰে।