close
সমললৈ যাওক

ইষ্টানবুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Istanbulৰ পৰা পুনঃনিৰ্দেশিত)
ইষ্টানবুল
BERJAYA
Map
ৰাষ্ট্ৰ BERJAYA তুৰস্ক
অঞ্চল মাৰমৰা অঞ্চল
প্ৰদেশ ইষ্টানবুল
প্ৰতিষ্ঠাকাল খ্ৰীষ্টপূৰ্ব ৬৬৭
উচমানীয় সাম্ৰাজ্যৰ সময় ১৪৫৩
তুৰ্কী প্ৰতিষ্ঠাৰ পিছত ১৯২৩ চনত কন্সটাণ্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয়
জিলা ২৭
চৰকাৰ
  মেয়ৰ কাদিৰ তোপবাচ (একেপি)
কালি
  মুঠ
১,৮৩০.৯২ বৰ্গকিমি (৭০৬.৯২ বৰ্গমাইল)
উচ্চতা
১০০ মিটাৰ (৩০০ ফুট)
জনসংখ্যা
 (২০০৯)[1]
  মুঠ
১,২৭,৮২,৯৬০
  ঘনত্ব ৬,২১১/বৰ্গকিমি (১৬,০৯০/বৰ্গমাইল)
ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম
দেশ BERJAYA তুৰস্ক
ধৰণ Cultural
মাপকাঠি I, II, III, IV
উদ্ধৃতি 356
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল Europe and Asia
অভিলিখনৰ ইতিহাস
অভিলিখন 1985 (9th অধিবেশন)
BERJAYA
১৮৭৬ চনৰ ইষ্টানবুল

ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্‌বুল্‌) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।

BERJAYA
Constantine I

জনসংখ্যা

[সম্পাদনা কৰক]

ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।

চন জনসংখ্যা
৩৩০৪০,০০০
৪৪০৫,০০,০০০
৫৩০৫,৫০,০০০
৫৪৫৩,৫০,০০০
৭১৫৩,০০,০০০
৯৫০৪,০০,০০০
১২০০১৫০,০০০
১৪৫৩৩৬,০০০
১৪৭৭৭৫,০০০
১৫৬৬৬০০,০০০
১৮১৭৫০০,০০০
১৮৬০৭১৫,০০০
১৮৮৫৮৭৩,৫৭০
১৮৯০৮৪০,০০০
১৮৯৭১,০৫৯,০০০
১৯০১৯৪২,৯০০
১৯১৪৯০৯,৯৭৮
অক্টোবৰ ১৯২৭৬৮০,৮৫৭
অক্টোবৰ ১৯৩৫৭৪১,১৪৮
অক্টোবৰ ১৯৪০৭৯৩,৯৪৯
অক্টোবৰ ১৯৪৫৮৬০,৫৫৮
অক্টোবৰ ১৯৫০৯৮৩,০৪১
অক্টোবৰ ১৯৫৫১,২৬৮,৭৭১
অক্টোবৰ ১৯৬০১,৪৩৬,৫৩৫
অক্টোবৰ ১৯৬৫১,৭৪২,৯৭৮
অক্টোবৰ ১৯৭০২,১৩২,৪০৭
অক্টোবৰ ১৯৭৫২,৫৪৭,৩৬৪
অক্টোবৰ ১৯৮০২,৭৭২,৭০৮
অক্টোবৰ ১৯৮৫৫,৪৭৫,৯৮২
অক্টোবৰ ১৯৯০৬,৬২০,২৪০
নবেম্বৰ ১৯৯৭৮,২৬০,৪৩৭
অক্টোবৰ ২০০০৮,৮০৩,৪৬০
জানুৱাৰী ২০০৫৯,৭৯৭,৫৩৬
জানুৱাৰী ২০০৬১০,০৩৪,৮৩০
BERJAYA
জামিয়া হাগিয়া চফিয়া সংগ্ৰাহালয়

তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম।

BERJAYA
ব্ৰীজ ৰুটিহৰ পৰা এক আকৰ্ষণীয় দৃশ্য

চিত্ৰমালা

[সম্পাদনা কৰক]
A reddish building topped by a large dome and surrounded by smaller domes and four towers
Originally a church, later a mosque, and now a museum, the Hagia Sophia was built in the 6th century by the Byzantine emperor Justinian the Great.
The façade of a masonry building, with four Greek adorning its entrance, under a clear blue sky
The Istanbul Archaeology Museums, founded by Osman Hamdi Bey in 1891, form Turkey's oldest modern museum.[2]
Goods overflow out of storefronts, leaving a narrow passageway where shoppers move about.
The Grand Bazaar is one of the largest covered markets in the world.
A large tree decorated under the night sky in red and green and surrounded by spotlights, city lights, and mid-rise buildings
New Year's Eve decorations in Nişantaşı shopping district
Entrance to an office building with an overhead sign saying 'Hürriyet'
Established in 1948, Hürriyet is one of Turkey's most circulated newspapers.
A triumphal arch adjacent to a Turkish flag and in front of an open plaza
Main entrance gate of Istanbul University, the city's oldest Turkish institution, established in 1453.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]